Assamese Opposite Words Part- 2

এই তালিকা খনত ৩০০ টা শব্দ আৰু সেইসমূহৰ বিপৰীত সব্দ বোৰ দিয়া হৈছে । বিপৰীত শব্দৰ এই তালিকা খন সৰু সৰু খণ্ডত চাবলৈ কাষৰ লিংকটোত ক্লিক কৰক -> Click Here

বিপৰীত শব্দৰ প্ৰথম খণ্ডটোৰ বাবে ইয়াত ক্লিক কৰক

উদ্বিগ্ন অনুদ্বিগ্ন
উদয় অস্ত
উদয়াচল অস্তাচল
উন্নত অনুন্নত
উন্নতি অনুন্নতি
উন্নতি অধোন্নতি
উন্নতি অৱনতি
উন্মুক্ত আৱদ্ধ
উপকাৰ অপকাৰ
উপযুক্ত অনুপযুক্ত
উপসংহাৰ অবতৰণিকা
উপস্থিত অনুপস্থিত
উপসৰ্গ অনুসৰ্গ
উভৈনদী অভাৱ
উমৈহতিয়া গাইগুটিয়া
উৰুঙা উখল মাখল
উৰ্দ্ধ অধঃ
উৰ্ধ্ব অনুৰ্ধ্ব
উৰ্ধ্বতম তলতীয়া
উৰ্বৰ অনুৰ্বৰ
উষ্ণ শীতল
ঊৰ্ধ্বগতি অধোগতি
ঊৰ্ধ্বচাপ নিম্নচাপ
ঋনাত্মক ধনাত্মক
একত্ব বহুত্ব
একমুখী বহুমুখী
এতিয়া তেতিয়া
এন্ধাৰ পোহৰ
এঁৱা দৈ
এলাগী লাগী
ঐক্য অনৈক্য
ঐচ্ছিক অনৈচ্ছিক
ঐতিহাসিক অনৈতিহাসিক
ঐহিক পাৰলৌকিক
ইহলৌকিক পাৰলৌকিক
ওখ চাপৰ
ওচৰ আঁতৰ
ওচৰৰ দূৰৈৰ
ওপৰ তল
ওপৰত তলত
ঔচিত্য অনৌচিত্য
ক’লা বগা
ক’লী বগী
ককৰ্থনা প্ৰশংসা
কুকৰ্ম সুকৰ্ম
কুখ্যাত সুখ্যাত
কঙালী ভূগালী
কান্দ হাঁহ
কান্দোন হাঁহি
কাপুৰুষ সাহসী
কাৰ্যকৰী অকাৰ্যকৰী
কালি আজি
কাল্পনিক বাস্তৱিক
কিঞ্চিত প্ৰচুৰ
কিনা বিকা
কিশোৰ কিশোৰী
কেঁকুৰি পোন
কেঁচা পকা
কোমল কঠিন
কুটিল সৰল
কঠিন সহজ
কৃতকাৰ্য অকৃতকাৰ্য
কৃতকাৰ্যতা অকৃতকাৰ্যতা
কৃতজ্ঞ অকৃতজ্ঞ
কৃতজ্ঞ কৃতঘ্ন
কৃত্য অকৃত্য
কৃত্ৰিম অকৃত্ৰিম
কুতসা প্ৰশংসা
কুৎসিত সুন্দৰ
কথিত অকথিত
কথনীয় অকথনীয়
কদৰ্য ধুনীয়া
কুদৃষ্টি শুভদৃষ্টি
কুনাম সুনাম
কনিষ্ঠ জ্যেষ্ট
কন্যা পুত্ৰ
কুন্ধচ আটকধুনীয়া
কুন্ধচ শুৱনী
কৃপাময় কৃপাহীন
কপট অকপট
কপটীয়া অকপটীয়া
কৃপণ খৰছী
কুপথ সুপথ
কুফল সুফল
কম বেছি
কুমেৰু সুমেৰু
কম্পিত অকম্পিত
কুমলীয়া পূৰঠ
কৰ্কশ মিহি
কৰ্কশ শুৱলা
কৰাইচ খৰছী
ক্ৰেতা বিক্ৰেতা
কুৰুছি সুৰুছি
কৰণীয় অকৰণীয়
কৰ্তৃত্ব অকৰ্তৃত্ব
কৰ্তব্য অকৰ্তব্য
কুৰূপ সুৰূপ
কৰ্ম অকৰ্ম
ক্ৰয় বিক্ৰয়
কুলক্ষণ সুলক্ষণ
কুলক্ষণী সুলক্ষণী
ক্লান্ত অক্লান্ত
ক্লেশ অক্লেশ
কল্পনা বাস্তৱ
কৃশ স্থূল
কুশ্ৰী সুশ্ৰী
কৃষ্ণাংগ শ্বেতাংগ
কৃষ্ণপক্ষ শুক্লপক্ষ
ক্ষমা প্ৰতিশোধ
ক্ষয় বৃদ্ধি
খং ৰং
খঙাল ৰঙিয়াল
খাঁটি ভেজাল
খাদ্য অখাদ্য
খাৰিফশস্য ৰবিশস্য
খাল বাম
খালী ভৰ্তি
খীণ শকত
খোকোজা সলসলীয়া
খোৱা নোখোৱা
খোলা বন্ধ
খ্যাত অখ্যাত
খ্যাতি অখ্যাতি
খণ্ড অখণ্ড
খণ্ডিত অখণ্ডিত
খণ্ডবাক্য পূৰ্ণবাক্য
খুৰা খুৰী
খৰালি বাৰিষা
খৰচ জমা
খৰচী মিতব্যয়ী
খৰতকীয়া লেহেমীয়া
খলনায়ক নায়ক
খহটা মিহি
গগন পাতাল
গাই বলধ
গাওঁ নগৰ
গাঁৱলীয়া চহৰীয়া
গাভৰু ডেকা
গায়ক গায়িকা
গিৰীহঁত গিৰীহঁতনী
গিৰীয়েক ঘৈণিয়েক
গোচৰীয়া পদকীয়া
গোটা চেপেটা
গোপন প্ৰকাশ
গোপনীয় অগোপনীয়
গোমা ফৰকাল
গোলাম মালিক
গৌণ মুখ্য
গৌৰৱ অগৌৰৱ
গঠন ভাঙোন
গুণ দোষ
গণিকা সতী
গুণী নিৰ্গুণী
গুণফল ভাগফল
গত অনাগত
গতানুগতিক অগতানুগতিক
গতি স্থিতি
গতিশক্তি স্থিতিশক্তি
গতিশীল স্থিতিশীল
গদ্য পদ্য
গধুৰ পাতল
গধূলি পুৱা
গুপ্ত মুক্ত
গভীৰ তৰাং
গভীৰ অগভীৰ
গভীৰ তৰল
গম্য অগম্য
গমন আগমন
গম্ভীৰ চঞ্চল
গুৰু শিষ্য
গুৰু লঘু
গ্ৰামাঞ্চল নগৰাঞ্চল
গ্ৰাহ্য বৰ্জ্য
গুৰি আগ
গৰিষ্ঠ লঘিষ্ঠ
গৰিহণা প্ৰশংসা
গ্ৰীষ্ম শীত
গ্ৰীষ্মকাল শীতকাল
গুৰুত্ব লঘুত্ব
গৰম ঠাণ্ডা
গৰল অমৃত
গ্ৰহ নক্ষত্ৰ
গৰ্হিত প্ৰশংসনীয়
গ্ৰহণ বৰ্জন
গ্ৰহণীয় বৰ্জনীয়
গ্লানি যশস্যা
গহীন চঞ্চল
গৃহস্থী সন্ন্যাসী
ঘাইপথ উপপথ
ঘাটি ৰাহি
ঘৈণিয়েক গিৰীয়েক
ঘোষ অঘোষ
ঘন সেৰেঙা
ঘৃণা প্ৰেম
ঘুমটি অনিদ্ৰা
ঘৰচীয়া বনৰীয়া
চাকৰ মালিক
চাপৰ ওখ
চাফা লেতেৰা
চামিল বহিষ্কাৰ
চামোন কথকী
চিনাকি অচিনাকি
চেতন জড়
চেপেটা গোটা
চঞ্চল ধীৰ
চুটি ওখ
চতুৰ হোজা
চনকা লিটকীয়া
চন্দ্ৰ সূৰ্য
চফেদ ক’লা
চৰকাৰী বেচৰকাৰী
চৰিত্ৰৱান চৰিত্ৰহীন
চৰ্ব্য পেয়
চল অচল
চহকী দুখীয়া
জাগৰণ নিদ্ৰা
জীৱন মৰণ
জোখ অজোখ
জ্ঞান অজ্ঞান
জ্ঞানী মূৰ্খ
জটিল সৰল
জন্ম মৃত্যু
জমা খৰচ
জয় পৰাজয়
টেঙৰ চতুৰ
যোগ বিযোগ
যশ অপযশ
ডাঠ পাতল
ডেকা বুঢ়া
ত্যাগ গ্ৰহন
তপত চেঁচা
থকা নথকা
দ’ বাম
দুখ সুখ
দুখিয়া ধনী
দাতা কৃপণ
দাদা বৌ
দিঠক সপোন
দিন ৰাতি
দীঘল চুটি
দীৰ্ঘ হ্ৰস্ব
দেখা নেদেখা
দেৱতা অসুৰ
দেশপ্ৰেমিক দেশদ্ৰোহী
দূৰদৰ্শী অদুৰদৰ্শী
দুৰ্বল সবল
দুৰ্লভ সুলভ
দয়ালু নিৰ্দয়
ধৈৰ্য অধৈৰ্য
ধুনিয়া কুৎসিত
ধনী দুখীয়া
ধ্বংস সূষ্টি
ধৰ্ম অধম
নাৰী পুৰুষ
নিন্দা প্ৰশংসা
নিভীক ভীৰু
নিম্ন উচ্চ
নিৰাকাৰ সাকাৰ
নিৰানন্দ আনন্দ
নিৰাপদ বিপদজনক
নিৰাশা আশা
নিৰ্দোষী দোষী
নিৰভিমানী অভিমানী
নিৰস ৰসাল
নিৰহংকাৰ অহংকাৰ
নেদেখা দেখা
নৈশ দিবা
ন্যায় অন্যায়
নতুণ পুৰণি
নবীন প্ৰবীন
পাতাল আকাশ
পাতল ডাঠ
পাপ পুণ্য
পোনপটীয়া আওপটীয়া
পোহনীয়া বনৰীয়া
পোহৰ আন্ধাৰ
পুণ্য পাপ
পণ্ডিত মূৰ্খ
পুত্ৰ জীয়ৰী
পুৱা গধূলি
পৱিত্ৰ অপৱিত্ৰ
প্ৰকাণ্ড সৰু
প্ৰকাশ গোপন
প্ৰকৃত অপ্ৰকৃত
প্ৰাচীন নবীন
প্ৰাচ্য পাশ্চাত্য
পৰিকল্পিত অপৰিকল্পিত
পৰিমিত অপৰিমিত
পৰিষ্কাৰ লেতেৰা
প্ৰচুৰ তাকৰ
প্ৰেৰণা নিৰুৎসাহ
প্ৰজা ৰজা
পুৰণি নতুন
পূৰ্ণিমা অমাৱশ্যা
প্ৰতক্ষ্য পৰোক্ষ
পৰনিৰ্ভৰশীল আত্মনিৰ্ভৰশীল
প্ৰৱেশ প্ৰস্থান
প্ৰভু ভৃত্য
প্ৰশংসা নিন্দা
প্ৰশ্ন উত্তৰ

 

Share to: