গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে – জ্যোতি সংগীত (Gawor Lora Gawe Gawe)

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে Lyrics

গীতৰ কথা/সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা

শ্ৰেণী : জ্যোতি সংগীত

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে
বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে
বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা ৷

গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি
গাঁৱৰ ল’ৰা ;

গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে
বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাম ৷

গাঁৱৰ ল’ৰা আগবাঢ়ি যাম
হাবি কাটি আগবাঢ়ি যাম
পৰ্ব্বত ভাঙি আগবাঢ়ি গৈ বাট উলিয়াম !

গাঁৱৰ ল’ৰা আগবাঢ়ি যাম
হাবি কাটি আগবাঢ়ি যাম
পৰ্ব্বত ভাঙি আগবাঢ়ি গৈ বাট উলিয়াম !

নিতৌ নতুন পাম
নিতৌ নতুন পাম৷

জুইসুৰীয়া জয়সুৰীয়া
জুইসুৰীয়া জয়সুৰীয়া
নতুন নাম গাম

ৰাইজৰ বৰ নামঘৰতে
সোণৰ ৰূপৰ পাট মেৰিওৱা
বৰ খূঁটা লগাম !

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে
বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে
বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা ৷

গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি
গাঁৱৰ ল’ৰা !

গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে
বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে
বন্তি জ্বলাই যাম ৷

Music…

গাঁৱৰ ল’ৰা আগবাঢ়ি যাম
হাবি কাটি আগবাঢ়ি যাম
পৰ্ব্বত ভাঙি আগবাঢ়ি গৈ বাট উলিয়াম !
নিতৌ নতুন পাম
নিতৌ নতুন পাম !

জুইসুৰীয়া জয়সুৰীয়া
জুইসুৰীয়া জয়সুৰীয়া
নতুন নাম গাম !

ৰাইজৰ বৰ নামঘৰতে
সোণৰ ৰূপৰ পাট মেৰিওৱা
বৰ খূঁটা লগাম 

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে
বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে
বন্তি জ্বলাই যাম আমি
গাঁৱৰ ল’ৰা !

গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি

গাঁৱৰ ল’ৰা !

গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি

গাঁৱৰ ল’ৰা !

গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি

গাঁৱৰ ল’ৰা !

গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি

গাঁৱৰ ল’ৰা !

গাৱলীয়া ছোৱালী শেৱালি মই নেৱালি

গাঁৱৰ ল’ৰা ৷৷

[xyz-ihs snippet=”KDas-responsive-in-post”]

অন্যান্য জনপ্ৰিয় সংগীত সমূহঃ

সেউজী সেউজী অ’
অ’ শ্যাম কানু
পৰজনমৰ শুভ লগনত
নাহৰ ফুলে নুশুৱাই
জয়া নাই
আজি মন্দিৰ দুৱাৰ খোলা
লগন উকলি গ’ল

Gawor Lora Gawe Gawe Lyrics:

Category: Jyoti Sangeet

Composer: Jyoti Prasad Agarwala

Gawor Lora Gawe Gawe (pronounced as Gaonor Lora Gaonwe Gaonwe) is an Assamese song composed by Rupkonwar Jyoti Prasad Agarwala. This song is sung by notable Assamese singers Dr. Bhupen Hazarika, Kobita Hazarika, and Ela Basu.

Related Songs

Leave a Comment

 

Share to: