Download Assamese Dictionary Xobdo for Windows 10, 7 (শব্দ অভিধান)

Assamese Dictionary Xobdo download

Xobdo Logo (Image source: xobdo.org)আজিৰ এই লেখাটোত মই এটা অসমীয়া অভিধানৰ ছফ্‌টৱেৰ (Assamese Dictionary Software) অৰ বিষয়ে লিখিবলৈ লৈছোঁ, যিটো অতি সহজে অপোনাৰ কম্পিউটাৰটোত Install কৰি ল’ব পাৰিব আৰু যাৰ জৰিয়তে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে শব্দ অৰ্থ বিচাৰিব পাৰিব । এই অসমীয়া শব্দ অৰ্থৰ অভিধান বা অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ ছফ্‌টৱেৰটোৰ নাম হৈছে ‘শব্দ’ (ইংৰাজীত Xobdo)। আমি লিখা-মেলা কৰোঁতে প্ৰায়েই নতুন নতুন শব্দৰ মুখা-মুখি …

Read more

Download Lachit Assamese Keyboard- লাচিত অসমীয়া কী-ব’ৰ্ড এপ

Lachit Assamese Keyboard download লাচিত অসমীয়া কী-ব'ৰ্ড

বৰ্তমান সময়ত বিভিন্ন প্ৰকাৰৰ স্মাৰ্টফোন আমি ব্যৱহাৰ কৰোঁ আৰু এই স্মাৰ্টফোন সমুহ অমাৰ দৈনন্দিন জীৱনৰ এক অভিন্ন ইলেইট্ৰনিক আহিলা (Electronic Gadget) হৈ পৰিছে ৷ এই স্মাৰ্টফোন সমুহৰ যোগেদি কথাবাৰ্তা আদান প্ৰদান কৰাৰ উপৰিও আন আন বহুতু সেৱা আৰু সুবিধা গ্ৰহণ কৰিব পাৰি ৷ যেনে ক্ষিপ্ৰ ইণ্টাৰনেট সেৱা, বেৱ ৱ্ৰাউজিং, ই-মেইল, ফেচবুক, টুইটাৰ, বিভিন্ন প্ৰকাৰৰ মেচেঞ্জাৰৰ ব্যৱহাৰ আদি বিভিন্ন সুবিধা উপভোগ কৰিব পাৰি ৷ [জনপ্ৰিয় বিষয়: …

Read more

Download Avro Keyboard to Write Assamese অভ্ৰ অসমীয়া কীব’ৰ্ড

Download Avro keyboard software to Write Assamese

What is Avro Keyboard (অভ্ৰ কী ব’ৰ্ড কি): বৰ্তমান সময়ত কম্পিউটাৰত অসমীয়া আখৰ লিখিবৰ বাবে বিভিন্ন ধৰণৰ চফ্‌টৱেৰ পোৱা যায়। তাৰ ভিতৰত “অভ্ৰ কী ব’ৰ্ড” (Avro Keyboard) নামৰ চফ্‌টৱেৰটো উল্লেখযোগ্য। এই “অভ্ৰ কী ব’ৰ্ড” হৈছে এক Unicode Keyboard App যাক নিৰ্মাণ কৰিছে বাংলাদেশত অৱস্থিত Omicronlab নামৰ এটা ছফ্‌টৱেৰ নিৰ্মান প্ৰতিষ্ঠানে কম্পিউটাত বাংলা ভাষা লিখিবৰ বাবে আৰু এই অভ্ৰ কী ব’ৰ্ড সম্পুৰ্ণ বিনামূল্যে ব্যৱহাৰ কৰিব পাৰি। …

Read more

How to write Assamese using Avro on PC- অভ্ৰ কীব’ৰ্ডৰ সহায়ত অসমীয়া কেনেকৈ লিখিব

Write Assamese Unicode on PC with Avro Keyboard

How to write Assamese Using Avro Keyboard? অভ্ৰ কীব’ৰ্ড ছফ্‌টৱেৰ ব্যৱহাৰ কৰি ইন্টাৰনেট বা কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব ? মোৰ আগৰ লেখাটোত “অভ্ৰ কী ব’ৰ্ড” সম্পৰ্কে এটা চমু আভাস দি তাৰ ডাউনলোড লিংক্‌ টো দিয়া হৈছিল। এই লেখাটোত অভ্ৰ কী ব’ৰ্ড ব্যৱহাৰ কৰি কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব পাৰি তাৰ এটা আভাস দিয়াৰ চেষ্টা কৰা হৈছে। আগৰ লেখাটোতে লিখা হৈছে যে যদিও এই চফ্‌টৱেৰটো কম্পিউটাত প্ৰধানকৈ …

Read more

কম্পিউটাৰ কীবৰ্ড চৰ্টকাট কি আৰু কিয় ব্যৱহাৰ কৰা হয়

কীবৰ্ড চৰ্টকাট কি What is computer Keyboard Shortcut

কম্পিউটাৰ কীবৰ্ড চৰ্টকাট (Computer Keyboard Shortcuts): [xyz-ihs snippet=”KDas-inArticle-abov-title”] Computer Keyboard Shortcuts শব্দটো প্ৰতিজন কম্পিউটাৰ ব্যৱহাৰকাৰীৰ বাবে এটা পৰিচিত শব্দ, সেয়া লাগিলে কম্পিউটাৰৰ ন-শিকাৰুৱে হওক বা পেছাদাৰী কম্পিউটাৰ ব্যৱহাৰকাৰীয়ে হওক। কিন্তু নতুনকৈ কম্পিউটাৰ শিকা লোক সকলে এই বিষয়টোৰ লগত গভীৰ ভাৱে পৰিচিত নহয় আৰু বেছি ভাগেই কম্পিউটাৰ কীবৰ্ড চৰ্টকাটৰ ব্য়ৱহাৰ আৰু প্ৰয়োজনীয়তাৰ বিষয়ে ভালদৰে নাজানে। এই লেখাটোত মই কম্পিউটাৰৰ কীবৰ্ড চৰ্টকাট (Keyboard Shortcut) কি, ইয়াৰ ব্যৱহাৰ …

Read more

Introduction to Computer | কম্পিউটাৰৰ সৈতে সহজ পৰিচয়

An introduction to computer; a beginner guide in Assamese

[xyz-ihs snippet=”KDas-inArticle-abov-title”] নতুনকৈ কম্পিউটাৰ শিকিব বিচৰা বা শিকিবলৈ আৰম্ভ কৰা সকলৰ সহায় হোৱাকৈ অতি সহজ ভাৱে কম্পিউটাৰৰ বিষয়ে অসমীয়া আৰু ইংৰাজীত কিছু কথা লিখা হৈছে । Introduction to Computer শীৰ্ষক এই লেখাটোৰ এই খণ্ডত কম্পিউটাৰ আৰু ইয়াৰ অন্যান্য অংশ সমূহ যেনে কম্পিউটাৰ হাৰ্ডৱেৰ, ছফ্টৱেৰ আদিৰ সৈতে সহজে পৰিচয় হ’ব পৰাকৈ সজাই আগবঢ়োৱা হৈছে। কম্পিউটাৰৰ সৈতে পৰিচয় Introduction to Computer (PC):   Why is a computer …

Read more