Google Chrome ব্ৰাউজাৰৰ Interesting ব্যৱহাৰ কেইটামান জানো আহক
Lets see some interesting and creative uses of Chrome Browser
প্ৰতিজন কম্পিউটাৰ আৰু এণ্ড্ৰইড মোবাইল ফোন (Android Mobile Phone) ব্যৱহাৰকাৰীৰ বাবে Google Chrome এটা পৰিচিত App. Google Chrome হৈছে Windows computer আৰু এণ্ড্ৰইড ফোনত বিশ্বৰ আটাইতকৈ বেছি ব্যৱহৃত ৱেব ব্ৰাউজাৰ সমূহৰ ভিতৰতে এটা। কাৰণ ইয়াত সন্নিৱিষ্ট কৰা অতি প্ৰয়োজনীয় আৰু শক্তিশালী বৈশিষ্ট্যসমূহৰ বাবে আমাৰ মাজত ই “গুগল ক্ৰ’ম” অতি জনপ্ৰিয়। আজিৰ এই লেখাটোত Google Chrome ব্ৰাউজাৰৰ Interesting ব্যৱহাৰ কেইটামানৰ বিষয়ে জানো আহক । আমি সকলোৱে …