মোৰ জীৱনৰ আকাশতে (ৰাভা সংগীত) Lyrics | Mur Jibonor Akaxote

মোৰ জীৱনৰ আকাশতে Mur Jibonor Akaxote Lyrics

গীত: মোৰ জীৱনৰ আকাশতে গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম সাত ৰঙেৰে মীনা কৰাই মৰমেৰে তৰিম ইন্দ্ৰধনু গঢ়িম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম … Music… কিন্​কিনীয়া চকুলোৰে হুমুনিয়াহ ভাপকণেৰে কিন্​কিনীয়া চকুলোৰে হুমুনিয়াহ ভাপকণেৰে প্ৰণয় সূৰুয দেৱতাৰে, প্ৰণয় সূৰুয দেৱতাৰে জিলিকণি সানিম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম Music… …

Read more

নিচলা আইৰে ৰাভা সংগীত Lyrics | Rabha Sangeet Nichola Aaire

ৰাভা সংগীত নিচলা আইৰে Lyrics Nichola Aaire

[xyz-ihs snippet=”KDas-inArticle-abov-title”] গীত: নিচলা আইৰে (Nichola Aaire) গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা গীতৰ শ্ৰেণীঃ ৰাভা সংগীত নিচলা… আইৰে, নিচলা… আইৰে আমি খাটি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া, ধৰণী শুৱাই থকা অতি মোহনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া ।   নিচলা… আইৰে, নিচলা… আইৰে আমি খাটি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া, ধৰণী শুৱাই থকা …

Read more

লগন উকলি গ’ল ৰাভা সংগীত Lyrics | Lagan Ukali Gol Rabha Sangeet

Rabha Sangeet Lyrics Lagan Ukali Gol

[xyz-ihs snippet=”KDas-inArticle-abov-title”] গীত: লগন উকলি গ’ল (Lagan Ukali Gol) গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা লগন উকলি গ’ল, তেওঁযে নহ’ল কোৱা মনৰ কথাটি মোৰ, হিয়াত গুপুতে থোৱা মনৰ কথাটি মোৰ, হিয়াত গুপুতে থোৱা লগন উকলি গ’ল তেওঁযে নহ’ল কোৱা । Music… কিমান হেঙুলী উষা, কিমান জোনালী নিশা মিছাতেই গ’ল মোৰ, কিমান গধুলি পুৱা তেওঁযে নহ’ল কোৱা লগন উকলি গ’ল, তেওঁযে …

Read more

আজি মন্দিৰ দুৱাৰ খোলা ৰাভা সংগীত Lyrics | Aji Mondiro Duar Khula

আজি মন্দিৰ দুৱাৰ খোলা Lyrics

[xyz-ihs snippet=”KDas-inArticle-abov-title”] গীত: আজি মন্দিৰ দুৱাৰ খোলা গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণীঃ ৰাভা সংগীত আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা বহে মিলন উৎসৱ মেলা, বহে মিলন উৎসৱ মেলা, মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা । Music… শুনো মংগল আৰতি গান, শুনো মংগল আৰতি গান নাচি উঠে ভকতৰে প্ৰাণ, নাচি উঠে ভকতৰে প্ৰাণ …

Read more

নাহৰ ফুলে নুশুৱাই ৰাভা সংগীত Lyrics (Nahor Phule Nuxuwai)

নাহৰ ফুলে নুশুৱাই Lyrics

[xyz-ihs snippet=”KDas-inArticle-abov-title”] গীত: নাহৰ ফুলে নুশুৱাই গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰেণী : ৰাভা সংগীত নাহৰ ফুলে নুশুৱাই, তগৰ ফুলে শুৱাব তগৰ ফুলে নুশুৱাই, কপৌ ফুলে শুৱাব । নাহৰ ফুলে নুশুৱাই, তগৰ ফুলে শুৱাব তগৰ ফুলে নুশুৱাই, কপৌ ফুলে শুৱাব । নাহৰ ফুলে নুশুৱাই… Music… কপৌ ফুলে নুশুৱাই, যদি ঘিলা খোপাতে মোৰ হিয়া ফুলে পাৰি দিম, গুজি খোপাতে মনোহৰ । কপৌ ফুলে নুশুৱাই, যদি ঘিলা …

Read more

জয়া নাই জয়া নাই ৰাভা সংগীত Lyrics | Joya Nai Rabha Sangeet

জয়া নাই (Joya Nai) Rabha Sangeet Lyrics

[xyz-ihs snippet=”KDas-inArticle-abov-title”] গীত: জয়া নাই (Joya Nai) গীতৰ কথা/সুৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা গীতৰ শ্ৰেণীঃ ৰাভা সংগীত Download/Play: জয়া নাই… জয়া নাই… জয়সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰে ঢল, মলয়াই তোলে হিয়াভগা সুৰ, কৰুণ বিননী ৰোল জয়া নাই জয়া নাই অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই, জয়া নাই জয়া নাই… জয়া নাই জয়া নাই । Music… তেজৰ টোপাল চকুলো ওলাল নয়নৰ পাহি ফালি, কলিজাৰ চাকি জালিলে …

Read more