বহুতকে বহু দিও Lyrics – ঘৰ সংসাৰ বোলছবি

বহুতকে বহু দিও নেপালোঁ একোকে Lyrics

বহুতকে বহু দিও নাপালোঁ একোকে চলচিত্ৰ – ঘৰ সংসাৰ কণ্ঠ – নমিতা গোস্বামী, ইনা মুখাৰ্জী —————————- আ…. বহুতকে বহু দিও নাপালোঁ একোকে… (গোৱাচোন) বহুতকে বহু দিও নাপালোঁ একোকে (নাই হোৱা) নাপালোঁ একোকে  নাপালোঁ একোকে ওমম… Music… বহুতকে বহু দিও নাপালোঁ একোকে, হৃদয় উজাৰি দিও নাপালোঁ একোকে । সেয়েহে মনে মোৰ বুজনি নেমানি ; সেয়েহে মনে মোৰ বুজনি নেমানি, অকলশৰে নিজানতে টুকে চকুপানী অকলশৰে নিজানতে টুকে চকুপানী ।। …

Read more