কম্পিউটাৰৰ বাবে ভাল ব্ৰাউজাৰ এটা কেনেকৈ বাছি ল’ব- 12 টা Free Tips

কম্পিউটাৰৰ বাবে ভাল ব্ৰাউজাৰ Best Browser for PC

[xyz-ihs snippet=”KDas-inArticle-abov-title”] এই ব্লগ পোষ্টটোত মই কম্পিউটাৰ বা PC ৰ বাবে সঠিক ৱেব ব্ৰাউজাৰ (Web Browser) বাছনি কৰাৰ ওপৰত লিখিছোঁ, যি সমূহ Browser এ আপোনাক খৰতকীয়া ভাৱে ৱেব ব্ৰাউজিং (web browsing) কৰাত সহায় কৰিব, যিবোৰ ব্ৰাউজাৰ ব্যৱহাৰৰ ফলত আপোনি ব্ৰাউজিং কৰা তথ্য সমূহ সুৰক্ষিত হৈ থকাৰ লগতে আপোনাৰ কম্পিউটাৰটো বিভিন্ন অনলাইন হেকিং, ফিশ্বিং আক্ৰমন (Phishing attack) আদিৰ পৰা সুৰক্ষিত হৈ থাকিব । ইয়াৰ উপৰিও এটা …

Read more

পাই ক্ৰিপ্টোকাৰেঞ্চী Pi cryptocurrency ৰ বিষয়ে কিছু কথা

Mine Pi Cryptocurrency

[xyz-ihs snippet=”KDas-inArticle-abov-title”] পাই ক্ৰিপ্টোকাৰেঞ্চী (Pi cryptocurrency) ৰ বিষয়ে কিছু কথা । বৰ্তমান সময়ত বিনিময় ব্যৱস্থাত ক্ৰিপ্টোকাৰেঞ্চী এক বহু চৰ্চিত বিষয় হৈ পৰিছে ৷ অৱশ্যে ভাৰতবৰ্ষত ইয়াৰ ব্যৱহাৰ একেবাৰেই কম বুলি কলেও ভুল নহ’ব ৷ ক্ৰিপ্টোকাৰেঞ্চী (ইংৰাজীত cryptocurrency) হ’ল এক virtual আৰু স্বতন্ত্ৰ মুদ্ৰা ব্যৱস্থা, যাৰ কোনো মালিক নাই আৰু প্ৰচলিত পইচাৰ দৰে ক্ৰিপ্টো কাৰেঞ্চীৰ কোনো ৰূপ নাই অৰ্থাত ইয়াক স্পৰ্শ কৰিব নোৱাৰি, ই হ’ল এক …

Read more

অসমীয়াগিৰী কৰোঁ আহক – Let’s Do Some Asomiyagiri

অসমীয়াগিৰী কেনেকৈ কৰিব - asomiyagiri

অসমত অসমীয়াগিৰী কেনেকৈ কৰিব: আমি যে কথাই কথাই অসমত অসমীয়াগিৰী চলিব লাগে বুলি কৈ ফুৰোঁ, অসমত বাৰু অসমীয়াৰ অসমীয়াগিৰী চলি থাকিবনে সঁচায়ে ? এটা সৰু উদাহৰণ দিছোঁ, কাতি বিহু ; গাওঁ অঞ্চলৰ সীমিত সংখ্যক লোকক বাদ দি কিমানজন অসমীয়াই আজিকালি কাতি বিহু পালন কৰে বাৰু ? আজি বহু অসমীয়াই কাতি বিহু পালন কৰাটো দুৰৰে কথা, কাতি বিহুৰ আন এটা নাম কি তাকে নাজানে ৷ “তুলসীৰ তলে …

Read more

ভুৱা বেংক ফোনকলৰ অভিজ্ঞতা- Fake Phone Calls from Bank Fraud

Fake Phone Calls from bank fraud

সাৱধান! আপুনিও হব পাৰে এনে দুষ্ট চক্ৰৰ চিকাৰ ! Fake Phone Calls from Bank Fraud: আবেলি প্ৰায় 5.30 মান বজাত এটা অচিনাকি নম্বৰৰ পৰা Phone Call এটা আহিল ৷ ক্ষন্তেক পাছতে “True Caller” ত নামটো ওলাল ‘Bank ATM’ বুলি আৰু Caller location টো হ’ল ওলাল বিহাৰ বুলি ৷ খন্তেক ভাবি ফোনটো ৰিচিভ কৰিলোঁ ৷ এটা পুৰুষ কণ্ঠই Good evening বুলি কৈ মোক হিন্দীতে কলে যে …

Read more