How to Type Assamese on Mobile Phone মোবাইলত অসমীয়া কেনেকৈ লিখিব

Here is a step-by-step guide on how you can type Assamese on an Android Mobile using Lachit App.

ম'বাইলত অসমীয়া কেনেকৈ লিখিব (Type Assamese on Mobile Phone)

How to type Assamese on Android Mobile? এণ্ড্ৰইড মোবাইল ফোনত অসমীয়া লিখাৰ পদ্ধতিঃ How to type Assamese on your mobile or smartphone? মোবাইলত অসমীয়া কেনেকৈ লিখিব? এইটো এটা বৰ ডাঙৰ প্ৰশ্ন নহয় কাৰণ বৰ্তমান প্ৰায় সকল অসমীয়া লোকেই মোবাইলত ফোনটোত অসমীয়া লিখিব পৰা হৈছে আৰু ই নিশ্চয়কৈ এটা ভাল খবৰ । কিন্তু তথাপিও এতিয়াও এনে কিছু সংখ্যক ব্যক্তি আছে যি সকলে মোবাইল বা স্মাৰ্টফোনটোত অসমীয়া …

Read more

How to write Assamese using Avro on PC- অভ্ৰ কীব’ৰ্ডৰ সহায়ত অসমীয়া কেনেকৈ লিখিব

Learn how to type Assamese Unicode on computer and other internet based services like Facebook, Twitter, Email, etc using Avro Unicode keyboard.

Write Assamese Unicode on PC with Avro Keyboard

How to write Assamese using Avro Keyboard app? অভ্ৰ কীব’ৰ্ড ছফ্‌টৱেৰ ব্যৱহাৰ কৰি ইন্টাৰনেট বা কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব ? মোৰ আগৰ লেখাটোত “অভ্ৰ কী ব’ৰ্ড” সম্পৰ্কে এটা চমু আভাস দি তাৰ ডাউনলোড লিংক্‌ টো দিয়া হৈছিল। এই লেখাটোত অভ্ৰ কী ব’ৰ্ড ব্যৱহাৰ কৰি কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব পাৰি তাৰ এটা আভাস দিয়াৰ চেষ্টা কৰা হৈছে। আগৰ লেখাটোতে লিখা হৈছে যে যদিও এই চফ্‌টৱেৰটো কম্পিউটাত …

Read more

কম্পিউটাৰৰ বাবে ভাল ব্ৰাউজাৰ এটা কেনেকৈ বাছি ল’ব- 12 টা Free Tips

কম্পিউটাৰৰ বাবে ভাল ব্ৰাউজাৰ Best Browser for PC

এই ব্লগ পোষ্টটোত মই কম্পিউটাৰ বা PC ৰ বাবে সঠিক ৱেব ব্ৰাউজাৰ (Web Browser) বাছনি কৰাৰ ওপৰত লিখিছোঁ, যি সমূহ Browser এ আপোনাক খৰতকীয়া ভাৱে ৱেব ব্ৰাউজিং (web browsing) কৰাত সহায় কৰিব, যিবোৰ ব্ৰাউজাৰ ব্যৱহাৰৰ ফলত আপোনি ব্ৰাউজিং কৰা তথ্য সমূহ সুৰক্ষিত হৈ থকাৰ লগতে আপোনাৰ কম্পিউটাৰটো বিভিন্ন অনলাইন হেকিং, ফিশ্বিং আক্ৰমন (Phishing attack) আদিৰ পৰা সুৰক্ষিত হৈ থাকিব । ইয়াৰ উপৰিও এটা ভাল ভাল …

Read more

পাই ক্ৰিপ্টোকাৰেঞ্চী Pi cryptocurrency ৰ বিষয়ে কিছু কথা

Mine Pi Cryptocurrency

পাই ক্ৰিপ্টোকাৰেঞ্চী (Pi cryptocurrency) ৰ বিষয়ে কিছু কথা । বৰ্তমান সময়ত বিনিময় ব্যৱস্থাত ক্ৰিপ্টোকাৰেঞ্চী এক বহু চৰ্চিত বিষয় হৈ পৰিছে ৷ অৱশ্যে ভাৰতবৰ্ষত ইয়াৰ ব্যৱহাৰ একেবাৰেই কম বুলি কলেও ভুল নহ’ব ৷ ক্ৰিপ্টোকাৰেঞ্চী (ইংৰাজীত cryptocurrency) হ’ল এক virtual আৰু স্বতন্ত্ৰ মুদ্ৰা ব্যৱস্থা, যাৰ কোনো মালিক নাই আৰু প্ৰচলিত পইচাৰ দৰে ক্ৰিপ্টো কাৰেঞ্চীৰ কোনো ৰূপ নাই অৰ্থাত ইয়াক স্পৰ্শ কৰিব নোৱাৰি, ই হ’ল এক আভাসী মুদ্ৰা …

Read more

Essential Software for PC কম্পিউটাৰৰ বাবে প্ৰয়োজনীয় ছফ্‌টৱেৰ

Important software for PC

কম্পিউটাৰত থাকিব লগীয়া কেইটামান অতি প্ৰয়োজনীয় ছফ্‌টৱেৰ Essential Software for PC: তথ্য-প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগে লগে সকলো দিশতে কম্পিউটাৰৰ ব্যৱহাৰ হবলৈ ধৰিছে। সৰু- ডাঙৰ সকলো উদ্যোগ প্ৰতিস্থান, ব্যৱসায় বাণিজ্য, অনুষ্ঠান-প্ৰতিস্থানৰ লগতে বৰ্তমান প্ৰায় সকলো মানুহৰ ঘৰে ঘৰে কম্পিউটাৰৰ (Personal Computer) ব্যৱহাৰ ব্যাপক ভাবে হৈছে। কিছুমানে নিজৰ সন্তানক কম্পিউটাৰ শিক্ষা প্ৰদানৰ বাবে. কিছুমানে ব্যক্তিগত ব্যৱসায়-বাণিজ্যৰ হিচাপ-নিকাচৰ বাবে, আন কিছুমানে মনোৰঞ্জনৰ বাবে কম্পিউটাৰৰ ব্যৱহাৰ কৰে দেখা যায়। …

Read more

অসমীয়াগিৰী কৰোঁ আহক – Let’s Do Some Asomiyagiri

অসমীয়াগিৰী কেনেকৈ কৰিব - asomiyagiri

অসমত অসমীয়াগিৰী কেনেকৈ কৰিব: আমি যে কথাই কথাই অসমত অসমীয়াগিৰী চলিব লাগে বুলি কৈ ফুৰোঁ, অসমত বাৰু অসমীয়াৰ অসমীয়াগিৰী চলি থাকিবনে সঁচায়ে ? এটা সৰু উদাহৰণ দিছোঁ, কাতি বিহু ; গাওঁ অঞ্চলৰ সীমিত সংখ্যক লোকক বাদ দি কিমানজন অসমীয়াই আজিকালি কাতি বিহু পালন কৰে বাৰু ? আজি বহু অসমীয়াই কাতি বিহু পালন কৰাটো দুৰৰে কথা, কাতি বিহুৰ আন এটা নাম কি তাকে নাজানে ৷ “তুলসীৰ তলে …

Read more