অসমীয়া কুইজ | Play Online Quiz Game in Assamese

Quiz In Assamese | Play Online Quiz in Assam অসমীয়া কুইজ | General knowledge Quiz

কুইজ কি – What is quiz? কুইজ (Quiz) হ’ল প্ৰশ্নোত্তৰৰ এক প্ৰতিযোগিতা যাৰ সহায়ত ব্যক্তিৰ বিভিন্ন বিষয়ৰ ওপৰত থকা দখল আৰু জ্ঞানৰ পৰীক্ষা লোৱা হয় ৷ কুইজৰ প্ৰতিযোগিতা সমূহত সাধাৰণতে প্ৰতিযোগীক ছুটি ছুটি সোধা হয় যিবোৰৰ উত্তৰ এটা দুটা শব্দ ব্যৱহাৰ কৰিয়ে দিব পাৰি ৷ প্ৰতিযোগিতাৰ কুইজ সমূহ যিকোনো এটা ধৰাবন্ধা বিষয় যেনে সাহিত্য, ৰাজনীতি, ক্ৰীড়া জগত, ভাষাজ্ঞান, বিজ্ঞান আদি নিৰ্দিষ্ট বিষয়ৰ ওপৰতো অনুস্থিত কৰা …

Read more

ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়, শিক্ষা, কৰ্মজীৱনৰ কিছু তথ্য

Brief details of Dr. Bhupen Hazarika in Assamese ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চমু পৰিচয়ঃ ড° ভূপেন হাজৰিকা দেৱৰ চমু পৰিচয় (A brief details of Dr. Bhupen Hazarika) সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আছিল অসমৰ কলা-সংস্কৃতিৰ জগতখনৰ এজন অদ্বিতীয় ব্যক্তি তথা সমগ্ৰ ভাৰতবৰ্ষতে পৰিচিত এক প্ৰতিভাশালী সাংস্কৃতিক সত্বা।  তেখেত আছিল সু-গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ অধ্যাপক, চলচ্চিত্ৰ পৰিচালক, আলোচনীৰ সম্পাদক আৰু ৰাজনীতিবিদ। অসমৰ উপৰিও ভাৰতৰ বিভিন্ন ৰাজ্য লগতে বাংলাদেশতো ভূপেন হাজৰিকা দেৱৰ …

Read more

আজিৰ অসমীয়া বাতৰি কাকত সমূহৰ অনলাইন সংস্কৰণৰ লিংক (e Paper)

আজিৰ অসমীয়া বাতৰি কাকত

ৰাতিপুৱাৰ চাহকাপৰ লগত বাতৰি কাকত খন পঢ়াৰ সোৱাদ কি সেয়া নিশ্চয় কব নালাগে, বুজা জনে বুজিব ৷ পিছে প্ৰযুক্তি বিদ্যাৰ প্ৰসাৰৰ লগে কাগজৰ ডাঙৰ ডাঙৰ পৃষ্ঠাবোৰ আমাৰ মাজৰ পৰা লাহে লাহে হেৰাই গৈছে আৰু আমাৰ প্ৰিয় দৈনিক বা সাপ্তাহিক অসমীয়া বাতৰি কাকত খনেও ঠাই লৈছে আমাৰ স্মাৰ্টফোন বা কম্পিউটাৰটোৰ স্ক্ৰীনত ৷ আৰু বৰ্তমান আপুনি বাতৰি কাকত বিলোৱা হকাৰ জন অহালৈও বাটচাব নালাগে ৷ কাৰণ এতিয়া …

Read more

Nahor Assamese Dictionary – An Advanced Online Dictionary App

Nahor Online Assamese Dictionary - নাহৰ

Nahor Assamese Dictionary: Nahor | নাহৰ is an advanced online Assamese-English dictionary app. This bilingual dictionary app is designed to search for the meaning and definitions of both Assamese and English words directly on its home page. Instead of providing standard translations, the application offers comprehensive analyses of a word, including Part of Speech (POS) tags, contextual example sentences, synonyms, antonyms, opposite-gender variations, scientific names, …

Read more

Xobdo Assamese Dictionary App – অসমীয়া অভিধান ছফট্‌ৱেৰ শব্দ

Assamese Dictionary Xobdo download

আজিৰ এই লেখাটোত মই এটা অসমীয়া অভিধানৰ ছফ্‌টৱেৰ ‘শব্দ’ (Xobdo Assamese Dictionary App/Software) অৰ বিষয়ে কিছু কথা লিখিবলৈ লৈছোঁ । এই এপটোৰ যোগেদি কি কাম কৰব পাৰি, ইয়াক কেনেকৈ অতি সহজে অপোনাৰ কম্পিউটাৰটোত Install কৰি ল’ব পাৰিব, ইয়াৰ জৰিয়তে কোনেকৈ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে শব্দ অৰ্থ বিচাৰিব পাৰিব ইত্যাদি কথাখিনি ইয়াত চমুকৈ লিখাৰ প্ৰয়াস কৰিছোঁ। এই অসমীয়া শব্দ অৰ্থৰ অভিধান বা অসমীয়া ভাষাৰ শব্দ …

Read more

অসমীয়াত মাটিকালি হিচাপ কৰা BhuMiti Land Calculator App (ভূমিতি এপ)

BhuMiti (ভূমিতি) Assamese Land Calculator

বিভিন্ন কাৰণত আমি মাটিৰ জোখমাখ কৰিব লগীয়া হয়  আৰু মাটিডৰা জুখি তাৰ ক্ষেত্ৰফল বা কালি নিৰ্ণয় কৰা কামটো এটা অতি গুৰুত্বপুৰ্ণ কাম । কাৰণ বৰ্তমান সময়ত মাটিৰ দাম দিনক-দিনে বৃদ্ধি হৈছে আৰু মাটি বেছা-কিনাৰ সময়ত বা অন্যান্য কাৰণত উচিত সঠিক ভাৱে অংক কৰি মাটিৰ পৰিসৰ নিৰ্ণয় কৰিব নোৱাৰিলে আমাৰ যঠেষ্ট লোকচান হ’ব পাৰে । মাটিৰ জোখ-মাখৰ (Land Measurement) প্ৰক্ৰিয়াটো সঠিককৈ নকৰিলে মাটি বেছাৰ সময়ত আমি …

Read more